অসম

assam

By

Published : Nov 26, 2019, 11:22 PM IST

ETV Bharat / state

গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত নৈৰাজ্য!

গোলাঘাটত কৃষি বিভাগত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ মন্ত্ৰী অতুল বৰাৰ অজ্ঞাতেই একাংশ দলীয় নেতাৰ ব্যাপক অনিয়মৰ চৰ্চা সাধাৰণ ৰাইজৰ মাজত ৷

Golaghat Agriculture department corruption
গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত চলিছে নৈৰাজ্য

গোলাঘাট, 26 নৱেম্বৰঃকৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটতে কৃষি বিভাগৰ ব্যাপক অনিয়ম ৷ কৃষি বিভাগৰ পৰিত্যক্ত গুদামত পচিছে সাৰ আৰু খেতি পথাৰত ব্যৱহৃত কীটনাশক ঔষধ ৷ কৃষকক যোগান ধৰিব লগা সাৰৰ বস্তাৰে বনাইছে গুদামলৈ যোৱা পথ । ব্যৱহাৰ নকৰাকৈ লাখ লাখ টকাৰ কীটনাশক ঔষধ নস্ত হৈছে গুদামত ৷ মন্ত্ৰী অতুল বৰাৰ অজ্ঞাতেই একাংশ দলীয় নেতাই গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত চলাইছে নৈৰাজ্য ৷ স্থানীয় কৃষকে এই বিষয়ৰ ওপৰত ক্ষোভ উজাৰি মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ দাবী কৰে ৷

গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত চলিছে নৈৰাজ্য

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details