অসম

assam

By

Published : Jul 13, 2019, 4:28 PM IST

ETV Bharat / state

গাড়ীৰ খুন্দাত প্ৰাণ গ'ল কাজিৰঙাৰ বন্যপ্ৰাণীৰ

কাজিৰঙাৰ বাগৰি এলেকাত দ্ৰুতবেগী গাড়ীৰ খুন্দাত প্ৰাণ গ'ল এটা হৰিণাৰ ৷

পুনৰ প্ৰাণ গ'ল কাজিৰঙাৰ বন্যপ্ৰাণীৰ

কাজিৰঙা, 13 জুলাই :

  • দ্ৰুতবেগী গাড়ীয়ে প্ৰাণ কাঢ়িলে কাজিৰঙাৰ হৰিণাৰ
  • কাজিৰঙাৰ বাগৰি এলেকাত সংঘটিত এই ঘটনা
  • ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতেই সংঘটিত হয় দুৰ্ঘটনা
  • ধাৰাষাৰ বৰষুণে কাজিৰঙাক জলমগ্ন কৰি তোলাত ৰাজপথলৈ ওলাই আহিছিল হৰিণাটো
  • জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই কাজিৰঙাত জাৰি কৰা হৈছিল 144 নং ধাৰা
  • কিন্তু এইপৰ্যন্ত আইন অমান্য কৰি দ্ৰুতবেগত বাহন চলাই আহিছে জনতাই

ABOUT THE AUTHOR

...view details