গোলাঘাট, ২৮ ফেব্ৰুৱাৰী : বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ আৱক্ষ মূৰ্তি উন্মোচন । উত্তৰ প্ৰদেশৰ বৰেলীৰ ৬ মাউণ্টেইন ডিভিজন সেনা ছাউনীত উন্মোচন হয় অসম সন্তান শ্বহীদ জিণ্টু গগৈৰ নামৰ মুখ্য প্ৰৱেশ দ্বাৰ আৰু আৱক্ষ মূৰ্তি।
বৰেলীৰ ৬ মাউণ্টেইন ডিভিজনত কেপ্তেইন জিণ্টু গগৈৰ আৱক্ষ মূৰ্তি উন্মোচন - ইটিভি ভাৰত
বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ পিতৃ-মাতৃও
etv bharat
১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাক সেনাৰ হাতত শ্বহীদ হৈছিল অসমৰ সন্তান কেপ্তেইন জিণ্টু গগৈ । মৰোণোত্তৰভাৱে বীৰ চক্ৰ লাভ কৰা বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ পিতৃ-মাতৃও। উন্মোচনী অনুষ্ঠানৰ পৰা বৃহস্পতিবাৰে গোলাঘাটৰ স্ব-গৃহত উপস্থিত হোৱা কেপ্তেইন জিণ্টু গগৈৰ পিতৃ-মাতৃৰ সৈতে আমাৰ সাংবাদিক দিগন্ত চাহুৰ এক বিশেষ সাক্ষাৎকাৰ । চাওঁক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন।