অসম

assam

By

Published : Aug 30, 2019, 8:25 AM IST

ETV Bharat / state

গোৱালপাৰা অসামৰিক চিকিৎসালয়লত উৎসৱ মুখৰ পৰিৱেশ

প্ৰতিখন ৰোগীৰ বিছনাৰ বিপৰীতে বছৰি ৭ হাজাৰ টকাকৈ মুঠ চৈধ্য লাখ টকাকৈ লাভ কৰিব চিকিৎসালয় কৰ্তৃপক্ষই

গোৱালপাৰা অসামৰিক চিকিৎসালয়লত উৎসৱ মুখৰ পৰিৱেশ

গোৱালপাৰা, 30 আগষ্টঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ NQSAS পুৰস্কাৰ লাভ । প্ৰতিখন ৰোগীৰ বিছনাৰ বিপৰীতে বছৰি ৭ হাজাৰ টকাকৈ মুঠ চৈধ্য লাখ টকাকৈ লাভ কৰিব চিকিৎসালয় কৰ্তৃপক্ষই । উৎফুল্লিত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্মচাৰীসকল ।

গোৱালপাৰা অসামৰিক চিকিৎসালয়লত উৎসৱ মুখৰ পৰিৱেশ

উল্লেখ্য যে, পূৰ্বেও গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লাভ কৰিছিল 'কায়াকল্প' পুৰস্কাৰৰ ৫০ লাখ টকা ।

ABOUT THE AUTHOR

...view details