অসম

assam

ETV Bharat / state

Road Accident in Dibrugarh: ডিব্ৰুগড়ৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন

ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক (Road Accident in Dibrugarh) ৷ যাত্ৰীবাহী বাছ আৰু মেজিকৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

By

Published : Oct 26, 2022, 12:26 PM IST

Road Accident in Dibrugarh
ডিব্ৰুগড়ৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন

  • ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক (Road Accident in Dibrugarh)
  • যাত্ৰীবাহী বাছ আৰু মেজিকৰ মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত আহত লোক দুজন ক্ৰমে মন্টু কৰ্মকাৰ আৰু জীতেন্দ্ৰ গুপ্তা
  • লোক দুজনৰ ঘৰ মোহনবাৰী গ্ৰীণউদ চাহ বাগিছাত বুলি জানিব পৰা গৈছে
  • দুৰ্ঘটনাটোত বাছত থকা এগৰাকী স্কুলীয়া ছাত্ৰীও আহত হৈছে
  • আহতসকলৰ আটাইকে সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
  • ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে

ABOUT THE AUTHOR

...view details