অসম

assam

By

Published : Dec 13, 2019, 2:55 PM IST

Updated : Dec 13, 2019, 3:44 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত যুৱকৰ মৃত্যু

one injured died at Dibrugarh
ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনা

14:36 December 13

ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনাত বীজেন্দ্ৰ পাংগি নামৰ এজন যুৱকৰ মৃত্যুৰ অভিযোগ স্থানীয় ৰাইজৰ

  • ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনাত আহত এজন যুৱকৰ মৃত্যু
  • নিহত যুৱকজনৰ নাম বীজেন্দ্ৰ পাংগি
  • অভিযোগ অনুসৰি সেনা আৰক্ষীয়ে বৃহস্পতিবাৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল যুৱকজনক
  • সেনা আৰক্ষীৰ প্ৰহাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
  • যুৱকজনৰ স্থায়ী ঘৰ কলাখোৱাত যদিও যুৱকজন আছিল ডিব্ৰুগড় কাংকান নগৰৰ বাসিন্দা 
  • ইফালে এই মৃত্যু সন্দৰ্ভত বিপৰীত ভাষ্য ডিব্ৰুগড় প্ৰশাসনৰ 
  • প্ৰশাসনৰ মতে সেনা আৰক্ষীয়ে কোনো লোকক প্ৰহাৰ কৰা নাই আৰু সেনা আৰক্ষীৰ প্ৰহাৰত কোনো লোকৰ মৃত্যু হোৱা নাই
  • যদি তেনে কোনো তথ্য প্ৰমাণ জনসাধাৰণৰ ওচৰত আছে সেয়া প্ৰকাশ কৰিবলৈ ক'লে জিলা প্ৰশাসনৰ হৈ ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াই 
     
Last Updated : Dec 13, 2019, 3:44 PM IST

ABOUT THE AUTHOR

...view details