অসম

assam

বিলাসীপাৰাত উপস্থিত সাহিত্য সভাৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত

By

Published : Oct 11, 2019, 8:56 AM IST

বৃহস্পতিবাৰে নিশা বিলাসীপাৰাৰ বেলতলীত স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে উপস্থিত হ'ল অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত ৷ জিলা তথা শাখা সাহিত্য সভাৰ ভোট বিচাৰি উপস্থিত হোৱাৰ লগতে এখন বৈঠকতো মিলিত হয় প্ৰাৰ্থীগৰাকী ৷

প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে জয়শ্ৰী গোস্বামী মহন্ত

বিলাসীপাৰা, 11 অক্টোবৰ : বৃহস্পতিবাৰে নিশা বিলাসীপাৰাৰ বেলতলীত স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে উপস্থিত হ'ল অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী জয়শ্ৰী গোস্বামী মহন্ত ৷ জিলা তথা শাখা সাহিত্য সভাৰ ভোট বিচাৰি উপস্থিত হোৱাৰ লগতে এখন বৈঠকতো মিলিত হয় প্ৰাৰ্থীগৰাকী ৷

প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে জয়শ্ৰী গোস্বামী মহন্ত

এই বৈঠকত জয়শ্ৰী মহন্তই মন্তব্য কৰে যে, সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানতে মাতৃভাষা প্ৰচলিত কৰিবলৈ অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰিব ৷ লগতে এই নিৰ্বাচনত জয়ী হোৱাৰ আশা প্ৰকাশ কৰে জয়শ্ৰী মহন্তই ৷

ABOUT THE AUTHOR

...view details