অসম

assam

ETV Bharat / state

ওড়িশাত আবদ্ধ দৰঙৰ মেধাৱী ছাত্ৰ

ওড়িশাত ফণী নামৰ ঘূৰ্ণি বতাহে চলোৱা তাণ্ডৱৰ মাজতে আবদ্ধ হৈ আছে অসমৰ এজন ছাত্ৰ ৷ ভুৱনেশ্বৰত প্ৰৱেশ পৰীক্ষা দিবলৈ যোৱা দৰঙৰ ছাত্ৰজনৰ সৈতে যোগাযোগ কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ৷

উৰিষ্যাত আবদ্ধ দৰঙৰ মেধাবী ছাত্ৰ

By

Published : May 5, 2019, 4:49 PM IST

  • ফণীৰ বাবে উৰিষ্যাত আবদ্ধ দৰঙৰ মেধাৱী ছাত্ৰ
  • প্ৰিয়াংশু চহৰীয়া নামৰ ছাত্ৰগৰাকীৰ ঘৰ মঙলদৈ চপাইত
  • 1 মে'ত ভুৱনেশ্বৰৰ IIT ত প্ৰৱেশ পৰীক্ষা দিবলৈ গৈছিল ছাত্ৰজন
  • বিমান বাতিল হোৱাত হোটেলত থাকিব লগা হৈছে ছাত্ৰজন
  • পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাত চিন্তিত ছাত্ৰজনৰ পৰিয়াল
  • পৰিয়ালৰ লোকৰ মতে উৰিষ্যাৰ ভুৱনেশ্বৰৰ জগমোহন নগৰৰ এখন হোটেলত আবদ্ধ হৈ আছে ছাত্ৰজন

ABOUT THE AUTHOR

...view details