দৰং, 7 ডিচেম্বৰঃবি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে । ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা আৰু ওদালগুৰি মহকুমাৰ (সদৰ) মুঠতে ১০ টা পৰিষদীয় সমষ্টিত ৰাতিপুৱাৰে পৰা হৈছে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। 2বজালৈ ওদালগুৰিত ভোটদানৰ হাৰ 52 শতাংশ হৈছে ৷
ওদালগুৰিত 2 বজালৈ ভোটদানৰ হাৰ 52 শতাংশ
বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৷ ৰাতিপুৱা 2 বজালৈ ওদালগুৰিত ভোটদানৰ হাৰ 52 শতাংশ হৈছে ৷
ওদালগুৰিত 2 বজালৈ ভোটদানৰ হাৰ 52 শতাংশ
Last Updated : Dec 7, 2020, 3:12 PM IST