অসম

assam

চিৰাঙত বজ্ৰপাতৰ ফলত মৃত্যু দুই পশুধনৰ

চিৰাঙৰ পানবাৰীৰ বেদলাংঘাইটি গাঁৱত বজ্ৰপাতৰ ফলত দুই পশুধনৰ মৃত্যু ৷ লগতে আহত হৈছে এগৰাকী মহিলা ৷

By

Published : Jun 27, 2020, 1:48 PM IST

Published : Jun 27, 2020, 1:48 PM IST

চিৰাঙত বজ্ৰপাতৰ ফলত মৃত্যু দুই পশুধনৰ
চিৰাঙত বজ্ৰপাতৰ ফলত মৃত্যু দুই পশুধনৰ

চিৰাং, 27 জুন : শনিবাৰে চিৰাঙৰ পানবাৰীৰ বেদলাংঘাইটি গাঁৱত বজ্ৰপাতৰ ফলত দুই পশুধনৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা আহত হৈছে । পুৱা প্ৰায় 4 বজাত সংঘটিত হয় এই ঘটনা ৷

চিৰাঙত বজ্ৰপাতৰ ফলত মৃত্যু দুই পশুধনৰ

ঘটনাৰ বিৱৰণী মতে,আব্দুছ ছায়েদ নামৰ খেতিয়কজনৰ দুটাকৈ পশুধন বজ্ৰপাত পৰি মৃত্যু হৈছে । লগতে বজ্ৰপাতৰ ফলত তেওঁৰ পত্নী আঞ্জুওৱাৰা বিবি আহত হয় । বিদ্যুতৰ মিটাৰ বজ্ৰপাতত নষ্ট হৈ যোৱাৰ লগতে কথমপি ৰক্ষা পৰিল দুটাকৈ বাসগৃহ ৷

চিৰাঙত বজ্ৰপাতৰ ফলত মৃত্যু দুই পশুধনৰ

দুটাকৈ পশুধনৰ মৃত্যু হোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইয়াৰ পাচতে চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে অঞ্চলবাসীয়ে ।

চিৰাঙত বজ্ৰপাতৰ ফলত মৃত্যু দুই পশুধনৰ

লগতে পঢ়ক : কোভিড-১৯ৰ ভেকচিন অনুমোদনক লৈ প্ৰশ্ন উত্থাপন নেতা-কৰ্মীৰ

ABOUT THE AUTHOR

...view details