অসম

assam

চিৰাঙত ব্ৰাউন চুগাৰ সহ আটক এজন

By

Published : Mar 25, 2019, 11:49 PM IST

মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত প্ৰায় 19 গ্ৰাম ব্ৰাউন চুগাৰ সহ আটক ড্ৰাগছ ব্যৱসায়ী

চিৰাঙত ব্ৰাউন চুগাৰ সহ আটক এজন

চিৰাং, 25 মাৰ্চঃ বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা একঅভিযানত প্ৰায় 19 গ্ৰাম ব্ৰাউন চুগাৰ সহ আটক এজন যুৱক৷ ধৃত যুৱকজন বিজনীৰ কাৱাটিকাৰ শ্বাহ মহম্মদ বুলি জানিব পৰা গৈছে ৷ আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়েনগদ 11860 টকা সহ জব্দ কৰে এটা ম'বাইল হেণ্ডছেট আৰুAS-01-DR-1072 নম্বৰৰ এখন বাইক । বিজনী থানাত আয়োজিত এক সংবাদ মেলত এই সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰেমহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিয়ে ৷

চিৰাঙত ব্ৰাউন চুগাৰ সহ আটক এজন

ABOUT THE AUTHOR

...view details