অসম

assam

কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

শৰাইঘাট দলঙেৰে গৈ থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম

By

Published : Apr 30, 2019, 7:36 PM IST

Published : Apr 30, 2019, 7:36 PM IST

কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

গুৱাহাটী, 30 এপ্ৰিলঃ সোমবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত হয় কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন । শৰাইঘাট দলঙেৰে গৈ থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে কণ্ঠশিল্পীগৰাকীৰ বাহনত । কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখন । সম্প্ৰতি জালুকবাৰী যানবাহন আৰক্ষীৰ কাষ চাপিছে কণ্ঠশিল্পীগৰাকী৷

কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

আনহাতে পুৱতি নিশালৈ সংগীতানুষ্ঠান অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিক আহ্বান জনাই কণ্ঠশিল্পীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details