অসম

assam

By

Published : Feb 14, 2019, 9:02 PM IST

ETV Bharat / state

ধুবুৰীত দলং নিৰ্মাণৰ আধাৰশিলা

বিধায়ক হাফিজ বছিৰে স্থাপন কৰে আধাৰশিলা

dhubri

ধুবুৰী, ১৪ ফেব্ৰুৱাৰীঃ ধুবুৰীৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত সোণকোষ-গোৱদ্ধনপাৰা একমাত্ৰ সংযোগী দলং নিৰ্মাণৰ বাবে মুকলি কৰা হৈছে পাঁচ কোটি টকা। পি এম জি এছ ৱাই আঁচনিত ২০১৮-১৯ বৰ্ষৰ পেকেজ নং এছ ০৫/১৭৯ ত নিৰ্মাণ হব দলং খন।

dhubri
আনহাতে নয়াহাট - শৌলমাৰী পথৰ টিপকাই নদীৰ ওপৰত থকা আন এখন দলং নিৰ্মাণৰ আধাৰশিলা বৃহস্পতিবাৰে স্থাপন কৰে বিধায়ক হাফিজ বছিৰে। ১২ কোটি ১৪ লাখ ৬৬ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব দলঙখন।

ABOUT THE AUTHOR

...view details