অসম

assam

By

Published : Oct 12, 2020, 10:22 AM IST

ETV Bharat / state

দিনত কংগ্ৰেছ আৰু ৰাতি বিজেপি কৰা লোকৰ বাবে কংগ্ৰেছত স্থান নাই

বৰাকত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান সভাপতি গৰাকীৰ ৷

Assam Pradesh Congress Presedent Ripun Bora reaction On BJP And AIUDF Alliance
দিনত কংগ্ৰেছ আৰু ৰাতি বিজেপি কৰা লোকৰ বাবে কংগ্ৰেছত স্থান নাইঃ ৰিপুন বৰা

কাছাৰ, 12 অক্টোবৰ : কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰজোঁটহ'লে বৰাকত বিজেপিয়ে এখনো আসন নাপায় । 3 দিনৰ বাবে বৰাক ভ্ৰমণলৈ আহি আহি এই মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই । লগতে, শেহতীয়াকৈ দলৰ পৰা বহিষ্কৃত হোৱা ৰুমী নাথ আৰু ৰাজদ্বীপ গোৱালা সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য সভাপতিগৰাকীৰ ৷

তেওঁ আকৌ কয় যে, তেওঁলোকে দুখন নাৱত দু-ভৰি থৈ ৰাজনীতি কৰিব বিচাৰিছে ৷ দিনত কংগ্ৰেছ কৰি ৰাতি বিজেপি কৰা লোকৰ বাবে কংগ্ৰেছৰ আসন নাই বুলিয়ো স্পষ্ট কৰে ৰিপুন বৰাই ৷

ৰিপুন বৰাৰ মন্তব্য

লগতে পঢ়ক :লক ডাউনত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা ?

ABOUT THE AUTHOR

...view details