অসম

assam

ETV Bharat / state

20 জন বাংলাদেশীক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাংলাদেশলৈ প্ৰেৰণ

কৰিমগঞ্জৰ সূতাৰ কান্দি হৈ বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ল কেবাজনো বাংলাদেশী নাগৰিকক ৷

By

Published : May 4, 2019, 10:22 AM IST

20 জন বাংলাদেশীক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাংলাদেশলৈ প্ৰেৰণ

শিলচৰ , 04 মেঃশনিবাৰে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা 20 জন অবৈধ বাংলাদেশীক বাংলাদেশলৈ প্ৰেৰণ কৰা হয় ৷ বৰাক ভেলি, ত্ৰিপুৰাসহ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা বাংলাদেশী সকলক শনিবাৰে কৰিমগঞ্জৰ সূতাৰ কান্দি হৈ বাংলাদেশলৈ প্ৰেৰণ কৰা হয় ৷

বাংলাদেশলৈ প্ৰেৰণ কৰা লোককেইজন ক্ৰমে -

1/ চেখৰ নামাসুদ্ৰ (ছিলহেট)
2/ সুজিতা চন্দ্ৰ দাস (ছিলহেট)
3/ ইকবাল হুছেইন তালুকদাৰ (ছিলহেট)
4/ ইছাক আলি (ছিলহেট)
5/ আজিম উদ্দিন (ছিলহেট)
6/ চামিৰ আহমেদ (ছিলহেট)
7/ আব্দুল গাফুৰ (ছিলহেট)
8/ চান্দ আলি(ছিলহেট)
9/ আলিম উদ্দিন (ছিলহেট)
10 /আব্দুল লাটিফ (ছিলহেট)
11/ শ্বাহ আলি মিঁয়া (কিছোৰগঞ্জ)
12/ ইব্ৰাহিম তালুকদাৰ (কিছোৰগঞ্জ)
13/ ফাৰুক মিঁয়া (মৌলবি বজাৰ)
14/ ছৈয়দ আল আমিন (হাবিবগঞ্জ)
15/ ৰাবিউল চদ্দাৰ (গোপালগঞ্জ)
16/ পৰিমল দাস(কক্স বজাৰ)
17/ আলোৰনি দাস
18/ আহমেদ উদ্দিন(ছিলহেট)
19/ ৰবিন্দ্ৰ দাস (কিছোৰগঞ্জ)
20/ দিগেন চন্দ্ৰ দাস (কিছোৰগঞ্জ)

20 জন বাংলাদেশীক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাংলাদেশলৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details