অসম

assam

By

Published : Sep 27, 2020, 10:46 PM IST

ETV Bharat / state

বহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী

বৃহৎ পৰিমাণৰ জালনোটসহ নকল সোণৰ বিস্কুট বঙাইগাৱঁলৈ নি থকা অৱস্থাতে কোচবিহাৰত এছ এছ বি বাহিনী আৰু আৰক্ষীয়ে বঙাইগাঁৱৰ 4 জন আৰু কোচবিহাৰৰ 5 জন যুৱকক আটক কৰে ৷

Bongaigaon smuggler arrest in Kochbehar
বহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী

বঙাইগাঁও, 27 ছেপ্তেম্বৰ: দেওবাৰে কোচবিহাৰৰ পৰা এখন গাড়ীৰে বঙাইগাৱঁলৈ গৈ থকা অৱস্থাত মুঠ 1 কোটি ১৭ লাখ টকা আৰু ১৭ খন নকল সোণৰ বিস্কুটসহ বঙাইগাৱঁৰ যুৱকক আটক কৰে সুৰক্ষা বাহিনীয়ে ৷

বহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী

প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম বংগৰ কটোৱালী, ফালাকাটা আৰক্ষীৰ লগতে ১৭/২ এছএছবিৰ জোৱানে বঙাইগাঁও চহৰৰ পালপাৰাৰ নেতাজী নগৰৰ গোবিন্দ বৰ্মন( সাধন), নিউ বঙাইগাঁও ভাওলাগুৰীৰ তাইবৰ আলী, ডাংতল ৰেলৱে কোলনীৰ আনন্দ চন্দ্ৰ শীল আৰু বঙাইগাঁৱৰ হাপাচাৰা গাৰুগাঁৱৰ বজৰুল ৰহমান সহ পশ্চিম বংগৰ মুঠ 5 জন জালনোট ব্যৱসায়ী যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

বহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি এই যুৱকৰ দলটোৱে জালনোটৰ ব্যৱসায়ী চলাই আছিল ৷

লগতে পঢ়ক:সত্যৰঞ্জন বৰাই মুছলমানক গালি দিয়াৰ সলনি হিন্দুৰ হৈ মাত নামাতে কিয় ?

ABOUT THE AUTHOR

...view details