অসম

assam

ETV Bharat / state

বিশ্বনাথত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট

সমাগত লোকসভা নিৰ্বাচনত ৰাইজৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্বনাথত সোমবাৰে বাটৰ নাট প্ৰদৰ্শন কৰে ৷

বিশ্বনাত  ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট

By

Published : Mar 25, 2019, 11:57 PM IST

বিশ্বনাথ,25 মাৰ্চঃ আগন্তুক লোক সভা নিৰ্বাচনৰ উদ্দেশ্য ভোটাৰ সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰা উপলক্ষে বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ভোটাৰক সজাগ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলাৰ ভিন্ন প্ৰান্তত বাটৰ নাট প্ৰদৰ্শন কৰা হয় সোমবাৰে ৷ বিশ্বনাথ জিলাৰ বিশ্বনাথ সমষ্টিৰ বৰগাং, বেদেতী বিশ্বনাথ চাৰিআলি আৰু পাভৈ আদি অঞ্চল সমূহত বাটৰ নাট মঞ্চস্থ কৰি ভোটাধিকাৰ সম্পৰ্কে ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস জিলা প্ৰশাসনৰ ।

বিশ্বনাত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট

ABOUT THE AUTHOR

...view details