অসম

assam

By

Published : Mar 13, 2019, 8:29 PM IST

ETV Bharat / state

বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা

ৰাজ্যত পতন ঘটিছে মোডীৰ বিজেপি চৰকাৰৰ বুলি মন্তব্য

বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা

তেজপুৰ,12মাৰ্চঃ বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা নামি পৰা পৰিলক্ষিত হৈছে৷ লোকসভা নিৰ্বাচনৰ ধুমুহা তুংগত উঠিছে ৰাজ্যত। ক্ৰমাৎ গৰম হৈ পৰিছে তেজপুৰ সংসদীয় লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ৷

কোন হ'ব তেজপুৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাকলৈ ব্যাপক জল্পনা কল্পনা ।

বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা

দলীয় সভাত অংশলৈ সংবাদ মাধ্যমৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে মন্তৱ্য কৰে ভানুৱে ৷ লগতে কয় যে, বিজেপি চৰকাৰে গ্ৰহন কৰিব বিচৰা ''নাগৰিকত্ব সংশোধনী বিধেয়়ক খনে অসমক লাভাম্বিত কোনো কাৰণতে নকৰে ৷ এই বিধেয়ক গৃহিত হ'লে অসমৰ সত্ৰৰ ভূমি বাংলাদেশীৰ হাতলৈ যোৱাৰ লগতে অসমৰ বিধান সভা আসন বাংলাদেশীৰ হাতলৈ যোৱাটো নিশ্চিত ৷ লগতে হিমন্ত বিশ্ব শৰ্মাকো তীক্ষ্ন সমালোচনা কৰাৰ লগতে

শাসনাধিষ্ঠ মোডী চৰকাৰ সমালোচনা কৰি ভানুয়ে কয় যে, দক্ষিণ ভাৰতৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যত পতন ঘটিছে মোডীৰ বিজেপি চৰকাৰৰ বুলি মন্তব্য দিয়ে।

ABOUT THE AUTHOR

...view details