অসম

assam

মহা অষ্টমী উপলক্ষ্যে বিশ্বনাথত উখল-মাখল পৰিৱেশ

By

Published : Oct 6, 2019, 12:23 PM IST

বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই ব্যক্তিগতভাৱে আয়োজন কৰিছে দুৰ্গা পূজা ৷

ৰণজিৎ দত্তৰ বাসগৃহত দুৰ্গা পূজা

বিশ্বনাথ, 6 অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো ভক্তপ্ৰাণ ৰাইজৰ মাজত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷ অন্য বছৰৰ দৰে এইবাৰো বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই ব্যক্তিগতভাৱে এখন পূজা আয়োজন কৰিছে ।

ৰণজিৎ দত্তৰ বাসগৃহত দুৰ্গা পূজা
মহা অষ্টমী উপলক্ষ্যে বিশ্বনাথত উখল-মাখল পৰিৱেশ

পূজাত সেৱা আগবঢ়াবৰ বাবে পুৱাৰ পৰা ৰণজিৎ দত্তৰ বাসগৃহত ৰাইজৰ সমাগম ঘটিছে ৷

ৰণজিৎ দত্তৰ বাসগৃহত দুৰ্গা পূজা

ABOUT THE AUTHOR

...view details