অসম

assam

ETV Bharat / state

বজালীত ভৃগু কাশ্যপৰ গীতৰ লহৰ

বজালীৰ বাগনা আঞ্চলিক ৰঙালী বিহুত ভৃগু কাশ্যপৰ ইটোৰ পাচত সিটো জনপ্ৰিয় গীত ৷ ভৃগুৰ মন পৰশা গীতত মন্ত্ৰমুগ্ধ বাগনাবাসী ৷

ভৃগু কাশ্যপৰ গীতৰ লহৰ

By

Published : Jun 3, 2019, 12:29 PM IST

Updated : Jun 3, 2019, 6:38 PM IST

পাটাছাৰকুছি,3 জুন: বজালীৰ বাগনাত কণ্ঠশিল্পী ভৃগু কাশ্যপ ৷ প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ আয়োজন ২৩ সংখ্যক বাগনা আঞ্চলিক ৰঙালী বিহু সন্মিলনী। বিশিষ্ট সমাজ কৰ্মী কমলেশ্বৰ মেধিয়ে উদ্বোধন কৰা বিহু অনুষ্ঠানত নিশা কণ্ঠশিল্পী ভৃগু কাশ্যপৰ গীতৰ লহৰ ৷ গালে ইটোৰ পাচত সিটো জনপ্ৰিয় গীত ৷ ভৃগুৰ মন পৰশা গীতত মন্ত্ৰমুগ্ধ হৈ পৰে বাগনাবাসী ৷

ভৃগু কাশ্যপৰ গীতৰ লহৰ
Last Updated : Jun 3, 2019, 6:38 PM IST

ABOUT THE AUTHOR

...view details