অসম

assam

ETV Bharat / state

বাক্সাত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন

বাক্সাত আধাৰশিলা স্থাপন বিধায়ক ইমানুৱেল মুছাহাৰীৰ ৷ বহু কেইটা পথৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে ৷

By

Published : Feb 6, 2021, 9:52 PM IST

road-foundation-stone-in-baksa
বাক্সাত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন

বাক্সা, 6 ফেব্ৰুৱাৰী : শনিবাৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে তিনি ঠাইত ক্ৰমে, পুনিয়া-চকামাৰী পথ, বৰখোপা ৰাভা চুপা পথ আৰু কচুকাটা-বৰবালিসীহা পথৰ আধাৰশিলা স্থাপন কৰে ।

বাক্সাত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন

উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক গৰাকীয়ে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিগত সময়ছোৱাত তামুলপুৰত বহুতো পুৰণি পথ মেৰামতি, নতুন পথৰ লগতে বহুকেইখন দলঙৰ কাম সমাপ্ত কৰাৰ লগতে আগন্তুক সময়চোৱাত বাকী থকা পথ বা দলঙৰ কাম সমূহ শীঘ্ৰে কৰি তুলা হ'ব বুলি মন্তব্য প্ৰদান কৰে ।

লগতে, তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি, ইউপিপিএল আৰু আৰু জিএছপি দলে মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি স্পষ্ট কৰে ৷ ইফালে, বিটিচিৰ বাক্সা জিলাৰ তিনিওটা সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি সদৰি কৰে ।

লগতে পঢ়ক :চাহ জনগোষ্ঠীয় লোকক প্ৰধানমন্ত্ৰীৰ সভা বৰ্জনৰ আহ্বান আটছাৰ

ABOUT THE AUTHOR

...view details