অসম

assam

By

Published : Sep 4, 2019, 8:31 PM IST

ETV Bharat / state

বৰমাত প্ৰয়াত সাংবাদিক ভৱ মেধিৰ স্মৃতি চাৰণ সভা

বাক্সা প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক ভৱ মেধিৰ মৃত্যু তিথি পালন ৷ অসমৰ পৰা প্ৰকাশিত কেইবাখনো কাকতত কাম কৰিছিল প্ৰয়াত সাংবাদিক ভৱ মেধিয়ে ৷

Journalist Bhaba Medhi remembered in Barama

বৰমা, 4 ছেপ্টেম্বৰঃবাক্সা জিলাৰ অন্তৰ্গত বৰমাৰ বিশিষ্ট সাংবাদিক, গল্পকাৰ, সমালোচক প্ৰয়াত ভৱ মেধিৰ পঞ্চম মৃত্যু বাৰ্ষিকী বাক্সা প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰে ৷

বৰমাত প্ৰয়াত সাংবাদিক ভৱ মেধিৰ স্মৃতি চাৰণ সভা

বুধবাৰে পুৱা ৮ বজাত ভৱ মেধিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী গিৰীজা মেধি, সাংবাদিক ধ্ৰুৱ শৰ্মা, প্ৰাক্তন সাংবাদিক অলকেশ ঠাকুৰীয়া আৰু পুত্ৰই ৷ উল্লেখ্য যে অসমৰ পৰা প্ৰকাশিত কেইবাখনো কাকতত কাম কৰিছিল প্ৰয়াত সাংবাদিক ভৱ মেধিয়ে ৷

ABOUT THE AUTHOR

...view details