অসম

assam

By

Published : Sep 6, 2019, 8:20 PM IST

ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত বাহনসহ জব্দ মূল্যৱান কাঠ

বাক্সা জিলাৰ কুমাৰীকাটাৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত ২৪ নং এছ এছ বিৰ পাহাৰপুৰ আৰু বিমলানগৰস্থীত বাহিনীৰ যৌথ অভিযানত জব্দ এখন ডি আই গাড়ীসহ প্ৰায় লক্ষাধিক টকাৰ মূল্যৱান কাঠ ৷

বাক্সাৰ কুমাৰীকাটাত বাহনসহ জব্দ মূল্যৱান কাঠ

বাক্সা, 6 ছেপ্তেম্বৰঃ বাক্সা জিলাৰ কুমাৰীকাটাত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ শুকুৰবাৰে বাক্সা জিলাৰ কুমাৰীকাটাৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত ২৪ নং এছ এছ বিৰ পাহাৰপুৰ আৰু বিমলানগৰস্থিত বাহিনীয়ে যৌথ ভাৱে অভিযান চলাই ডি আই গাড়ী সহ জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় পাঁচ লক্ষাধিক টকাৰ চোৰাং কাঠ ৷

বাক্সাৰ কুমাৰীকাটাত বাহনসহ জব্দ মূল্যৱান কাঠ

জানিব পৰা মতে শুকুৰবাৰে পুৱা কাঠভৰ্তি এএছ ১২এচি ৭০২১ নম্বৰৰ ডি আই গাড়ী খন পাহাৰৰ দিশৰ পৰা আহি থকা অৱস্থাতে বগৰীখুটিত বন বিভাগ আৰু ২৪ নং এছ এছ বি জোৱানক প্ৰত্যক্ষ কৰি ঘটনীস্থলীৰ পৰা পলায়ন কৰে গাড়ীখনৰ চালকসহ অন্যান্য লোক ৷ পিচত বন বিভাগ আৰু এছ এছ বিৰ জোৱানে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় কাঠভৰ্তি বাহনখন ৷

ABOUT THE AUTHOR

...view details