অসম

assam

ETV Bharat / state

বৰমাত চি পি আই এমৰ নিৰ্বাচনী সভা

সভাত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী বিৰাজ ডেকাই কংগ্ৰেছ, বিজেপি আৰু বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষক, শ্ৰমিক, আৰু নিবনুৱা যুৱক-যুৱতীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷

বৰমাত চি পি আই এমৰ নিৰ্বাচনী সভা

By

Published : Mar 28, 2019, 6:31 AM IST

বৰমা,27 মাৰ্চঃ ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৰমা কদমতলত বুধবাৰেনিৰ্বাচনী প্ৰচাৰ চলায়চি পি আই এম দলে ৷ চি পি আই এমৰ ৰাজ্যিক সভাপতি জগৎ গোস্বামীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য বাখ্যা কৰি চি পি আই এমৰ টিহু আঞ্চলিক সমিতিৰ সম্পাদক কৰুণা কলিতাই ৷সভাত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী বিৰাজ ডেকাই কংগ্ৰেছ, বিজেপি আৰু বিপিএফকক্ষুৰধাৰ সমালোচনা কৰে ৷

বৰমাত চি পি আই এমৰ নিৰ্বাচনী সভা
তেওঁ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষক, শ্ৰমিক আৰু নিবনুৱা যুৱক-যুৱতীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷ নিৰ্বাচনী সভাখনত দলটোৰ কেইবাগৰাকীও মেতা উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details