অসম

assam

ETV Bharat / state

বাক্সাৰ ভাৰত-ভূটান সীমান্তত ভক্তিৰসৰ সমাহাৰ

সাদিনীয়া কাৰ্যসূচীৰে বাক্সাৰ ভাৰত-ভূটান সীমান্তত অনুষ্ঠিত হৈছে শ্ৰীমদ ভাগৱত মহাপুৰাণ ৷ এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে ৷

By

Published : Mar 16, 2019, 5:08 AM IST

ভক্তিৰসত মগ্ধ শশীপুৰ অঞ্চল

বাক্সা, 16 মাৰ্চঃ হৰিনামৰধ্বনিৰে মুখৰিত হৈ পৰিছে বাক্সাৰ ভাৰত-ভূটান সীমান্তৰশশীপুৰ অঞ্চল ৷ ১৪ মাৰ্চৰ পৰা বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলা শশীপুৰৰ শিৱ মন্দিৰত সাত দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমদ ভাগৱত মহাপুৰাণ ৷

ভক্তিৰসত মগ্ধ শশীপুৰ অঞ্চল
শ্ৰীমদ ভাগৱত মহাপুৰাণত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমনঘটিছে ৷ শ্ৰীমদ ভাগৱত মহাপুৰাণ ভক্তিমূলক অনুষ্ঠানৰ প্ৰথম দিনা যাত্ৰাৰে শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ লগতে প্ৰতি দিনে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details