অসম

assam

আজিৰ পৰা হুইলচেয়াৰ ক্ৰিকেট চেম্পিয়নশ্বিপৰ ছেমি ফাইনেল

হুইলচেয়াৰ ক্ৰিকেট ইণ্ডিয়া এছ'চিয়েছন চমুকৈ ইচিআইঅ য়ে আয়োজন কৰিছে দ্বিতীয় সংস্কৰণৰ ৰাষ্ট্ৰীয় হুইলচেয়াৰ ক্ৰিকেট চেম্পিয়নশ্বিপ ।

By

Published : Mar 17, 2019, 12:14 AM IST

Published : Mar 17, 2019, 12:14 AM IST

ETV Bharat / sports

আজিৰ পৰা হুইলচেয়াৰ ক্ৰিকেট চেম্পিয়নশ্বিপৰ ছেমি ফাইনেল

NATIONAL WHEELCHAIR CRICKET CHAMPIONSHIP

নিউজ ডেস্ক, ১৬ মাৰ্চ: ৰাষ্ট্ৰীয় হুইলচেয়াৰ ক্ৰিকেট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণৰ ছেমি ফাইনেল আজিৰ পৰা অনুষ্ঠিত হৈছে । মাৰ্চৰ ২ তাৰিখৰ পৰা অনুষ্ঠিত হৈ থকা চেম্পিয়নশ্বিপত মুঠ ১২ টা দল আৰু ১৮০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহন কৰিছে ।

NATIONAL WHEELCHAIR CRICKET CHAMPIONSHIP

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হ'ব চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন । হুইলচেয়াৰ ক্ৰিকেট ইণ্ডিয়া এছ'চিয়েছন চমুকৈ ইচিআইঅ য়ে অনুষ্ঠিত কৰে এই ক্ৰিকেট চেম্পিয়নশ্বিপখন ।

ABOUT THE AUTHOR

...view details