অসম

assam

ETV Bharat / sports

মোহালিত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টি-20

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টি-20 বৰষুণৰ বাবে বাতিল হোৱাৰ পাছত বুধবাৰে অনুষ্ঠিত হ'ব দ্বিতীয়খন টি-20 মেচ ৷ মোহালিত অনুষ্ঠিত হ'বলগা দ্বিতীয়খন মেচত জয়ৰ লক্ষ্যেৰে নামিব দুয়ো দল ৷ সন্ধিয়া 7 বজাৰ পৰা মোহালিত অনুষ্ঠিত হ'ব দ্বিতীয় টি-20 মেচখন ৷

By

Published : Sep 18, 2019, 7:05 PM IST

Updated : Sep 18, 2019, 7:23 PM IST

শিখৰ ধাৱান আৰু নৱদীপ ছাইনী

স্পৰ্টছ ডেস্ক, 18 ছেপ্তেম্বৰ : ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টি-20 বৰষুণৰ বাবে বাতিল হোৱাৰ পাছত বুধবাৰে অনুষ্ঠিত হ'ব দ্বিতীয়খন টি-20 মেচ ৷ মোহালিত অনুষ্ঠিত হ'বলগা দ্বিতীয়খন মেচত জয়ৰ লক্ষ্যেৰে নামিব দুয়ো দল ৷ সন্ধিয়া 7 বজাৰ পৰা মোহালিত অনুষ্ঠিত হ'ব দ্বিতীয় টি-20 মেচখন ৷

ভাৰতীয় দল

ভাৰতৰ সম্ভাব্য 11 জনীয়া দল - ৰোহিত শৰ্মা, শিখৰ ধাৱান, বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ, ঋষভ পন্ত, হাৰ্ডিক পাণ্ডিয়া, ক্ৰুনাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাদেজা/ৰাহুল চাহাৰ, ৱাশ্বিংটন সুন্দৰ, দিপক চাহাৰ, নৱদীপ ছাইনী ৷

দক্ষিণ আফ্ৰিকা দল

আনহাতে, দক্ষিণ আফ্ৰিকাৰ সম্ভাব্য 11 জনীয়া দল - কুইন্টন ডি কক, ৰিজা হেন্দ্ৰিকছ, ৰাছি ভান ডাৰ ডুছান, টেম্বা বাভুমা, ডেভিদ মিলাৰ, আন্দিলে ফেলুকায়ো, দ্বাইনে প্ৰিটোৰিয়াছ/জৰ্জ লিন্দে, কাগিছো ৰাবাডা, বিউৰেন হেন্দ্ৰিকছ, জুনিয়ৰ দালা/এনৰিছ নৰ্টজে, টেবৰাইজ ছামছি ৷

Last Updated : Sep 18, 2019, 7:23 PM IST

ABOUT THE AUTHOR

...view details