অসম

assam

By

Published : Jan 3, 2021, 10:36 PM IST

ETV Bharat / sitara

টুইটাৰত শৈশৱৰ ফটো চেয়াৰ কৰিলে বিবেক অ'ৱেৰয়ে

দেওবাৰে টুইটাৰত বিবেক অ'ৱেৰয়ে স্মৃতি সম্বলিত শৈশৱৰ এখন ফটো চেয়াৰ কৰে ৷ ফটোত ভগ্নীৰ সৈতে পিতৃ-মাতৃৰ কোলাত বিবেক অ'ৱেৰয়ক বঢ়ি থকা দেখা গৈছে ৷

Vivek Oberoi reveals his 'most blissful place'
দেউতাৰ সৈতে উঠা ফটো চেয়াৰ কৰিলে বিবেক আণ্ড অৱেৰয়ে

নিউজ ডেস্ক, 3 জানুৱাৰী :অভিনেতা বিবেক অ'ৱেৰয়ে দেওবাৰে নিজৰ স্মৃতি সম্বলিত শৈশৱৰ এখন ফটো টুইটাৰত চেয়াৰ কৰে ৷ ফটোখন ভগ্নীৰ সৈতে বিবেক অ'ৱেৰয়ক তেওঁৰ পিতৃ-মাতৃৰ কোলাত বঢ়ি থকা দেখা গৈছে ৷

উল্লেখ্য যে, টুইটাৰত ফটো চেয়াৰ কৰি বিবেক অ'ৱেৰয়ে লিখিলে, "দেউতাৰ কোলাত বহি পৃথিৱীৰ আটাইতকৈ শান্তিময় স্থানত থকা যেন লাগে ৷ লগতে আছে প্ৰতিটো মুহূৰ্ততে সদায় মোক প্ৰেৰণা দিয়া মোৰ দুগৰাকী আপোন মহিলা ৷"

লগতে পঢ়ক: আগন্তুক তিনি মাহলৈ কোনো খেলত অংশ নলয় ফিলিপ কুটিনহোই

ABOUT THE AUTHOR

...view details