অসম

assam

By

Published : Jan 5, 2021, 8:20 AM IST

ETV Bharat / sitara

নিজৰ পোহনীয়া কুকুৰৰ সৈতে ফটো শ্বেয়াৰ অভিনেত্ৰী অনুস্কা শৰ্মাৰ

শীঘ্ৰে মাতৃত্বৰ সুখ অৰ্জন কৰিব লগা বলিউডৰ মোহময়ী অভিনেত্ৰী অনুস্কা শৰ্মাই ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিলে পোহনীয়া কুকুৰৰ সৈতে শুই থকা এখন বিশেষ ফটো ৷ অভিনেত্ৰীগৰাকীয়ে ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে 4মিনিটতে 4লাখ50হাজাৰ লোকে ফটোখন লাইক কৰে ৷

Anushka Sharma spends quality time with her doggo
নিজৰ পোহনীয়া কুকুৰৰ সৈতে ফটো শ্বেয়াৰ অভিনেত্ৰী অনুস্কা শৰ্মাৰ

নিউজ ডেস্ক,5জানুৱাৰীঃশীঘ্ৰে মাতৃত্ব সুখ অৰ্জন কৰিব লগা বলিউডৰ মোহময়ী অভিনেত্ৰী অনুস্কা শৰ্মাই সোমবাৰে ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিলে পোহনীয়া কুকুৰৰ সৈতে শুই থকা এখন বিশেষ ফটো ৷ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা অৱসৰ বিনোদনৰ সেই বিশেষ ফটোখন ৷

লগতে পঢ়কঃকাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

আনহাতে,32বছৰীয়া মোহময়ী অভিনেত্ৰীগৰাকীয়ে ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে 4মিনিটতে 4লাখ50হাজাৰ লোকে ফটোখন লাইক কৰা পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

...view details