নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ:নিউয়ৰ্কস্থিত কোম্পানী ছিনক্ৰনে ‘Synchron Switch’ নামৰ এটা ডিভাইচ তৈয়াৰ কৰিছে, যাৰ সহায়ত ৰোগীয়ে নিজৰ মগজু ব্যৱহাৰ কৰি আইফোন বা আইপেড নিয়ন্ত্ৰণ কৰিব পাৰে ।
চেমাফ’ৰৰ মতে, ‘ষ্টেণ্ট্ৰ’ড’ নামেৰে জনাজাত এই চেন্সৰৰ জৰিয়তে এটা ৰক্তবাহী নলীৰ মাজেৰে মগজুৰ ওপৰ অংশত সুমুৱাই দিয়া হয় এই ডিভাইচ(amyotrophic lateral sclerosis) । ইয়াক ৰোগীৰ বুকুৰ পৰা চিনক্ৰন চুইচ ব্যৱহাৰ কৰি Wirelessভাৱে নিয়ন্ত্ৰণ কৰা হয়(iPhone control by brain control ipad) ।
মেলবৰ্ণৰ অৱসৰপ্ৰাপ্ত software (retired software vendor in Melbourne) বিক্ৰেতা ৰডনি গ’ৰহাম (Rodney Gorham) স্নায়ুতন্ত্ৰৰ ৰোগ এমিঅ’ট্ৰফিক লেটাৰেল স্ক্লেৰ’ছিছ বা এ এল এছ ৰোগত আক্ৰান্ত হৈছে যিয়ে শাৰীৰিক কাৰ্যকলাপত গুৰুতৰভাৱে প্ৰভাৱ পেলায় । এক প্ৰতিবেদন অনুসৰি চিনক্ৰনত ছয়জন ৰোগীয়ে Synchron Switch ডিভাইচ ব্যৱহাৰ কৰি আছে আৰু গ’ৰহামে প্ৰথমবাৰৰ বাবে এপলৰ প্ৰডাক্টৰ সৈতে ইয়াক ব্যৱহাৰ কৰিছে(brain control ipad with synchron switch) ।