ইণ্টাৰনেচনেল ডেস্ক, ৬ অক্টোবৰ :থাইলেণ্ডৰ এখন নাৰ্চাৰীত বৃহস্পতিবাৰে দুৰ্বৃত্তৰ গুলীচালনাত প্ৰায় 34 জন লোকে অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়(Thailand mass shooting casualties) । উত্তৰ পূৱ থাইলেণ্ডৰ নং বুৱা লাম্ফু প্ৰদেশৰ না ক্লং জিলাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ এই গুলীচালনাত 22 টি শিশুৰো মৃত্যু হয় (Thailand mass shooting case ) ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে, শিশু কেন্দ্ৰত গুলীচালনা কৰা লোকজন পানিয়া খামৰাব(৩৪)(Thailand day care centre shooting) । তেওঁ এজন প্ৰাক্তন আৰক্ষী বিষয়া(Mass shooting in Thailand) ৷ তেওঁ 6 Kor 6499 নম্বৰৰ এখন বগা টয়োটা ভিগো পিকআপ ট্ৰাক আহিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে(Thailand Central Investigation Police news today) ৷