অসম

assam

ETV Bharat / international

কলম্বিয়াৰ উপ ৰাষ্ট্ৰপতি মাৰ্টা লুচিয়া ৰামিৰেজ কৰ'ণাত আক্ৰান্ত - Vice President

কলম্বিয়াৰ উপ ৰাষ্ট্ৰপতি মাৰ্টা লুচিয়া ৰামিৰেজ কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে 15 দিন হোম কোৱাৰেন্টাইনত থাকিব বিষয়াগৰাকী ৷

Colombian Vice President tests Covid-19 positive
কলম্বিয়াৰ উপ ৰাষ্ট্ৰপতি মাৰ্টা লুচিয়া ৰামিৰেজ কৰ'ণাত আক্ৰান্ত

By

Published : Oct 24, 2020, 2:09 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰ : কলম্বিয়াৰ উপ ৰাষ্ট্ৰপতি মাৰ্টা লুচিয়া ৰামিৰেজৰ দেহত ধৰা পৰিছে ক'ভিড -19 ৰ অৱস্থিতি ৷ 15 দিন হোম কোৱাৰেন্টাইন হৈ থাকিব ৰামিৰেজ ৷

উল্লেখ্য যে, দেশখনৰ ম্যানিজালসৰ এখন গৰ্বনৰ সন্মিলনত ভাগ লোৱাৰ পূৰ্বে উপ ৰাষ্ট্ৰ পতিগৰাকীয়ে ক'ভিড-19 ৰ পৰীক্ষা কৰিছিল ৷ ইফালে, কলম্বিয়াৰ স্বাস্থ্য আৰু সামাজিক সুৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কলম্বিয়াত বৰ্তমান পৰ্যন্ত কৰ'ণা ৰোগত আক্ৰান্ত হৈছে 99,90,2700 গৰাকী লোক ৷ তাৰে ভিতৰত 29,636 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক-নিৰ্বাচনত জয়ী হ'লে আমেৰিকানবাসীয়ে লাভ কৰিব ক'ভিড ভেকচিনঃ জ' বিডেন

ABOUT THE AUTHOR

...view details