ইন্টাৰনেশ্যনেল ডেস্ক, 2 অক্টোবৰ : বিশ্বাস আৰু সহিষ্ণুতাৰ এক নতুন যুগৰ সূচনা কৰিবলৈ বিশ্বই মহাত্মা গান্ধীৰ শান্তিৰ বাৰ্তা গ্ৰহণ কৰিব লাগে ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ 125 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰসংঘৰ সচিব এন্টনিঅ’ গুটেৰাৰ্চে ৷
টুইটযোগে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গুটেৰাৰ্চে লিখে, "Hatred, division and conflict have had their day. It is time to usher in a new era of peace, trust and tolerance. On this International Day of Non-Violence - Gandhi's birthday - let's heed his message of peace, and commit to building a better future for all"