অসম

assam

By

Published : Apr 18, 2020, 2:49 PM IST

ETV Bharat / international

বিশ্বত কোভিড 19ৰ শেহতীয়া তথ্য়

আমেৰিকাত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা লাখৰ ঘৰ অতিক্ৰম কৰাৰ পিছতে নাগৰিক সকলে কাম কাজ আতৰত ৰাখি ঘৰতে আবদ্ধ হৈ থকা কাৰ্যই ৰোগ প্ৰতিৰোধক অধিক উৎসাহিত কৰি তুলিছে বুলি মন্তব্য় কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷

Global COVID 19 tracker
বিশ্বত কোভিড 19ৰ শেহতীয়া তথ্য়

ইন্টাৰনেশ্যনেল ডেস্ক,18 এপ্ৰিলঃ কৰ’ণা মহামাৰীয়ে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি 22,50,751 গৰাকী লোকক আক্ৰান্ত কৰাৰ বিপৰীতে মৃত্যুমুখত পেলাইছে 1,54,261 গৰাকীক ৷ আনহাতে, এই পৰ্যন্ত 5,71,145 গৰাকী লোক সুস্থ হৈ উঠিছে ৷ ইয়াৰ সমান্তৰালকৈ,আমেৰিকাত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা লাখৰ ঘৰ অতিক্ৰম কৰাৰ পিছতে নাগৰিক সকলে কাম কাজ আতৰত ৰাখি ঘৰতে আবদ্ধ হৈ থকা কাৰ্যই এই ৰোগ প্ৰতিৰোধক অধিক উৎসাহিত কৰি তুলিছে বুলি মন্তব্য় কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ কিন্তু ইয়াৰ মাজতে কিছুসংখ্যক ৰাজ্যপালে ৰোগৰ পৰীক্ষা সম্প্ৰসাণৰ বাবে ৱাছিংটনৰ পৰা সহায়ৰ বাবেও আবেদন জনায় ৷

বিশ্বত কোভিড 19ৰ শেহতীয়া তথ্য়

আমেৰিকা যুক্তৰাষ্ট্ৰ মহা সচিব এন্টনিঅ’ গুটেৰাৰ্চে এই মহামাৰীয়ে বিশ্বৰ শিশুসকলৰ বাবে সংকট কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে ৷ ইয়াৰ বাবে তেখেতে অভিভাৱক সকলকৰ লগতে নেতাসকলকো শিশুসকলৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ সতৰ্ক কৰি দিয়ে ৷

লগতে পঢ়ক-কোভিড-১৯ : আমেৰিকান নেভীৰ পিছত ইণ্ডিয়ান নেভীত কৰ'ণাৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details