কৰিমগঞ্জ,১৮ এপ্ৰিলঃ কৰিমগঞ্জৰ ১৫৩ আৰু ১৫২ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত তীব্ৰ উত্তেজনা ।নিৰ্বাচনী নিৰীক্ষকৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ । নিৰ্বাচন কমিচনে দিয়া ভোটাৰ স্লিপেৰে ভোট দিয়াত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । ভোটদান বন্ধ কৰাক কেন্দ্ৰ কৰি প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি ।
নিৰ্বাচনী বিষয়াক প্ৰহাৰ কৰিবলৈ উদ্যত প্ৰাক্তন মন্ত্ৰী
কৰিমগঞ্জৰ দুটাকৈ ভোট কেন্দ্ৰত উত্তেজনা । নিৰ্বাচনী নিৰীক্ষকৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ। ঘটনাকলৈ প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ।
নিৰ্বাচনী বিষয়াক প্ৰহাৰ কৰিবলৈ উদ্যত প্ৰাক্তন মন্ত্ৰী
উল্লেখযোগ্য যে গধূলিলৈকে ভোটকেন্দ্ৰ দুটাত বন্ধ আছে ভোটগ্ৰহণ ।ইতিমধ্যে বৰ্খাস্থ কৰা হয় দুখন প'লিং ষ্টেশনৰ প'লিং অফিচাৰ আৰু প্ৰিজাইডিং অফিচাৰক।