অসম

assam

By

Published : Oct 8, 2019, 5:38 PM IST

ETV Bharat / city

শিলচৰত বিজয়া দশমীৰ বিশাল আয়োজন

শিলচৰৰ বিজয়া দশমীৰ আনন্দ উল্লাস ৷ কাছাৰৰ জিলা উপায়ুক্ত লায়া মাধুৰী, শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালো উপস্থিত বিসৰ্জন থলীত ৷

শিলচৰত উদযাপন বিজয়া দশমী

শিলচৰত উদযাপন বিজয়া দশমী

শিলচৰ, 8 অক্টোবৰঃ আজি বিজয়া দশমী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিলচৰতো দেৱী বিসৰ্জনৰ বিশাল আয়োজন ৷ কাছাৰৰ জিলা উপায়ুক্ত লায়া মাধুৰীকো দেখা গ’ল বিজয়া দশমীৰ আনন্দ উল্লাস কৰা ৷ লগতে দেৱী বিসৰ্জন ঘাটৰ পৰিস্থিতিৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে ৷ স্থানীয় সদৰঘাট বিসৰ্জন থলীত শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালো উপস্থিত হয় ৷ বিধায়কজনে ৰাজ্যবাসীলৈ বিজয়াৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেৱী বিসৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details