অসম

assam

By

Published : May 31, 2020, 9:01 AM IST

ETV Bharat / city

ৰাজ্যত 1216 গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 1216 গৰাকীলৈ বৃদ্ধি ৷ মৃতকৰ সংখ্যা 4 গৰাকী ৷

Coronavirus cases reach to 1216 in Assam
ৰাজ্যত 1216 গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, 31 মে': ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 1216 গৰাকীলৈ বৃদ্ধি ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷

আনহাতে, ৰাজ্যত সক্ৰিয় ঘটনা 1046 টা হোৱাৰ বিপৰীতে 163 জন লোক আৰোগ্য হৈ উঠিছে ৷ মৃতকৰ সংখ্যা 4 গৰাকী ৷

ABOUT THE AUTHOR

...view details