অসম

assam

ETV Bharat / briefs

ধীৰ গতিৰে খোজ কাঢ়িলে আয়ুসৰেখা কমে

মায়ো ক্লিনিক প্ৰছেদিংৰ জাৰ্নেলত প্ৰকাশ পোৱা এক তথ্য অনুসৰি যিসকল ব্যক্তিয়ে ধীৰ গতিত খোজ কাঢ়ে তেওঁলোকৰ আয়ুস হ্ৰাস পায় ৷

ধীৰ গতিয়ে আয়ুসৰেখা কমাই

By

Published : May 17, 2019, 10:32 AM IST


নিউজ ডেস্ক,১৭মে' : দৈনিক পুৱা খোজ কঢ়াতো এটা ভাল অভ্যাস । খোজ কাঢ়িলে দেহৰ পাৰ্শ্বক্ৰিয়াৰ বিকাশ হয় । শেহতীয়াকৈ মায়ো ক্লিনিক প্ৰছেদিংৰ জাৰ্নেলত প্ৰকাশ পোৱা এক তথ্য অনুসৰি যিসকল ব্যক্তিয়ে ওজন কমোৱাৰ প্ৰতি লক্ষ্য ৰাখি তীব্ৰ গতিত খোজ কাঢ়ে তেওঁলোকৰ জীৱন দীৰ্ঘস্থায়ী হয় । ধীৰ গতিৰে খোজ কঢ়া কম ওজনৰ ব্যক্তিসকলৰ জীৱন প্ৰত্যাশা সকলতকৈ কম হয় বুলি প্ৰকাশিত হয় এই তথ্যত ।

বিগত বছৰত প্ৰফেচাৰ য়েটচ আৰু তেওঁলোকৰ এটা সংস্থাই ফাদিল কৰা এক তথ্যতো প্ৰকাশিত হৈছিল এই কথা । তথ্য অনুসৰি যিসকল লোকে ধীৰ গতিত খোজ কাঢ়ে তেওঁলোকৰ স্বাস্থ্যৰ লগতে আয়ুসৰেখা কম হয় ।

ABOUT THE AUTHOR

...view details