অসম

assam

By

Published : Sep 7, 2020, 4:24 PM IST

ETV Bharat / briefs

হোজাইত বজৰং দলৰ চাফাই অভিযান

হোজাই জিলাৰ বজৰং দলৰ উদালী খণ্ড শাখাৰ উদ্যোগত এটা চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

হোজাইত বজৰং দলৰ চাফাই অভিযান
হোজাইত বজৰং দলৰ চাফাই অভিযান

হোজাই, ৭ চেপ্তেম্বৰঃসোমবাৰে হোজাই জিলাত বজৰং দলে চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰে ৷ জানিব পৰা অনুসৰি হোজাই জিলাৰ বজৰং দলৰ উদালী খণ্ড শাখাৰ উদ্যোগত এটা চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এই কাৰ্যসূচী অনুসৰি লংকাৰ তিনিআলী আৰু জুঠাংবস্তিস্থিত কেইটাও হিন্দু ধৰ্মীয় অনুষ্ঠানৰ চৌহদত চাফাই অভিযান চলায় বজৰং দলৰ উদালী খণ্ডৰ শাখা কৰ্মীসকলে।

হোজাইত বজৰং দলৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details