অসম

assam

By

Published : Feb 24, 2021, 2:24 PM IST

Updated : Mar 2, 2021, 12:55 PM IST

ETV Bharat / bharat

জন্ম বাৰ্ষিকীত জয়াললিতাক স্মৰণ নৰেন্দ্ৰ মোডীৰ

মোডীয়ে কয় যে, জয়া ললিতাই দৰিদ্ৰ লোকসকলক শক্তিশালী কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ লগতে তেওঁ কয় জয়া ললিতাই নাৰী শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল ৷

73 তম জন্মবাৰ্ষিকীত জয়াললিতাক স্মৰণ নৰেন্দ্ৰ মোডীৰ
73 তম জন্মবাৰ্ষিকীত জয়াললিতাক স্মৰণ নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক,24 ফেব্ৰুৱাৰীঃ বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়া ললিতাৰ 73 তম জন্ম বাৰ্ষিকী উপলক্ষে নেত্ৰীগৰাকীক স্মৰণ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে জয়া ললিতাক স্মৰণ কৰি কয় যে, নাৰী শক্তিক শক্তিশালী কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল জয়া ললিতাই ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটযোগে জয়া ললিতাক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰে ৷ মোডীয়ে কয় যে, জয়া ললিতাই দৰিদ্ৰ লোকসকলক শক্তিশালী কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ লগতে তেওঁ কয় জয়া ললিতাই নাৰী শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল ৷

লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

Last Updated : Mar 2, 2021, 12:55 PM IST

ABOUT THE AUTHOR

...view details