মেষ ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ পৰিয়ালক ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ জীৱনটো বন্ধুত্বপূৰ্ণ হʼব ৷
বৃষ ৰাশি: ধন উপাৰ্জন কৰিব ৷ সফল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ লাভ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷
মিথুন ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ প্ৰতিযোগিতাত ভাগ ল’লে সফল হʼব ।
কৰ্কট ৰাশি: কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ নাম আৰু সুনাম হʼব ৷ ভাগ্য ভাল ৷
সিংহ ৰাশি: ঘৰৰ পৰিৱেশ শান্ত আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷ বিবাহিত লোকসকলৰ বৈবাহিক জীৱন আনন্দময় হ’ব ৷ আয় বৃদ্ধি ৷ ব্যয় বৃদ্ধি ৷ বিদেশত থকা আত্মীয় আৰু বন্ধুৰ লগত হোৱা সংযোগত আনন্দ লাভ কৰিব ৷ ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷
কন্যা ৰাশি: ভাগ্য ভাল হʼব ৷ কিন্তু সতৰ্ক থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হʼব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷