মেষ ৰাশি :চিন্তাধাৰাবোৰ সলনিৰ চেষ্টা কৰিব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ ফল লাভ ৷ কৰ্মত সফলতা ৷ কৰ্ম জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ ধৈয্যৰ ফল লাভ ৷
বৃষ ৰাশি : দিনটো বিশেষ শুভ নহয় । দুচিন্তাৰ ফলত অশান্তি বৃদ্ধি পাব পাৰে ৷ শাৰীৰিক সমস্যাত ভূগিব পাৰে ৷ প্ৰিয়জনৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ অধিক ব্যয়ৰ সম্ভাৱনা । কঠোৰ পৰিশ্ৰম পিছতো সুফল লাভ নকৰিব । ধৈয্যৰ ফল লাভ ৷ কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব ৷
মিথুন ৰাশি : খং-ৰাগৰ বাবে আপোনাৰ কৰ্ম জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ আনক বিচাৰ কৰিব গৈ বিপদত পৰিব পাৰে ৷
কৰ্কট ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়নত ব্যস্ত হৈ পৰিব ৷ কাৰ্যত ভাগৰুৱা অনুভৱ ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
সিংহ ৰাশি : মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ আত্মসন্মান বঢ়াবলৈ আপোনাৰ বন্ধুৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷
কন্যা ৰাশি :ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাত ভূগিব পাৰে ৷ বন্ধুত্ব লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷