অসম

assam

By

Published : Jun 23, 2022, 5:11 AM IST

ETV Bharat / bharat

Daily Horoscope for 23rd June: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-23rd-june
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: কম সময়ত অধিক লাভ পোৱাৰ আশাত কোনো কাম নকৰিব, বিপদত পৰিব পাৰে ৷ কোনো আইনী কাৰ্যৰ পৰা আতঁৰত থাকক; আৰ্থিক লেনদেনত সৰ্তক হওঁক ৷ সাৱধানতাৰে গাড়ী চলাওঁক ৷ ঘৰুৱা পৰিৱেশ যথেষ্ঠ উৎসাহজনক হৈ থাকিব ৷ এটা সৰু ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷

বৃষ ৰাশি: ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব ৷

মিথুন ৰাশি: ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব ৷ মন ভাল কৰিবলৈ যোগ অনুশীলন কৰিব পাৰে ৷

কৰ্কট ৰাশি: দিনটো প্ৰায় ভাল ৷ সফলতা লাভ কৰিব ৷ সক্ৰিয়তা অনুভৱ কৰিব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হʼব ৷ গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷

সিংহ ৰাশি: আনক নিন্দা আৰু নিৰুৎসাহী, পৰৰ্চচা কৰাৰ পৰা আঁতৰি থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ পৰিশ্ৰম কৰিলে সফল হʼব ৷

কন্যা ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷

তুলা ৰাশি: দিনটো প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

বৃশ্চিক ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিলে সফল হʼব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷

ধনু ৰাশি: কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ দিনটো আনন্দময় হʼব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মকৰ ৰাশি: সফল হ’ব ৷ বন্ধুৰ লগত সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷ দিনটো প্ৰায় ভাল ৷

কুম্ভ ৰাশি:দিনটো প্ৰায় ভাল ৷ দিনটো আনন্দময় হʼব ৷ আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগে কৰ্ম জীৱনক প্ৰভাৱ পেলাব ৷ শান্ত হৈ থাকিব ৷

মীন ৰাশি: কর্মত ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

ABOUT THE AUTHOR

...view details