মেষ ৰাশি: গ্ৰহ ভাল হ’ব ৷ ধনাগমনৰ যোগ আছে ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ সাৱধানে থাকক ৷ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ উপযুক্ত ব্যবস্থা গ্ৰহণ কৰক আৰু শান্ত থাকক ৷
বৃষ ৰাশি:উদ্দিগ্নতাই চাৰিওফালৰ পৰা আগুৰি থাকিব ৷ মনৰ স্থিৰতা হেৰুওৱাব ৷ পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্কই ঘৰুৱা পৰিবেশ বিনষ্ট কৰিব ৷ ধনৰ অভাৱে দেখা দিব ৷
মিথুন ৰাশি: ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন ৷ ব্যৱসায়ত লাভ কৰিবলৈ সহকৰ্মীৰ সহায় ল’ব লগিব ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷
কৰ্কট ৰাশি: শুভ দিন ৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ পদোন্নতি বা উন্নতি হ’ব ৷ ঘৰটো নকৈ সজাব পাৰে ৷ নিজকে সতেজ অনুভৱ কৰিব ৷ ধনাগমনৰ যোগ আছে ৷
সিংহ ৰাশি: দুৰ্বলতা আৰু অস্থিৰতাই বেৰি ৰাখিব ৷ অলপতে উঠা খঙে অসুবিধাত পেলাব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ সাৱধানে থাকিব ৷
কন্যা ৰাশি:দিনটো বৰ ভাল নহয় ৷ শান্ত থাকক আৰু ধৈৰ্য ধৰক, চিন্তা দূৰ হ’ব ৷ খঙাল হৈ থাকিব ৷ শৰীৰ বেয়া হ’ব পাৰে ৷ সাৱধানে থাকক, বেআইনি আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক ৷ খৰচ বৃদ্ধি ৷