অসম

assam

ETV Bharat / bharat

Daily Horoscope for 11th February: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

By

Published : Feb 11, 2022, 5:12 AM IST

Daily Horoscope for 11th February
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ভাগ্য ভাল ৷ অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায়ত সফল হʼব ৷ প্ৰায় সফল হʼব ৷

বৃষ ৰাশি: কণ্যা সন্তানৰ সফলতাই আনন্দ দিব ৷ পদোন্নতি হʼব পাৰে ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷

মিথুন ৰাশি: খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ যাত্ৰা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

কৰ্কট ৰাশি: টকা-পইচাৰ নিশ্চিত হʼব ৷ পলম নকৰাকৈ পদক্ষেপ লোৱা উচিত ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি: শুভ দিন ৷ উপাৰ্জন বৃদ্ধি পাব ৷ সৌন্দৰ্য্যৰ কথাত মনোযোগ দিব ৷ খৰচ বৃদ্ধি পাব পাৰে ৷

কন্যা ৰাশি: খৰচ বৃদ্ধি হʼব পাৰে ৷ নতুন অধ্যয়নৰ ইচ্ছা হʼব পাৰে ৷ ব্যৱসায়ত সফল হʼব ৷

তুলা ৰাশি: নাৰীৰ সৌভাগ্য হʼব ৷ চৰকাৰী নথিপত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ প্ৰশংসা লাভ কৰিব ৷

বৃশ্চিক ৰাশি: ব্যৱসায়ত মনোযোগ দিব ৷ কর্মব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব ৷ সন্ধিয়ালৈ আশাৰ আৰু আনন্দৰ দিন হʼব ৷

ধনু ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ সুনাম অৰ্জন কৰিব ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ৷

কুম্ভ ৰাশি: মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ ভাল খবৰ লাভ কৰিব ৷ লক্ষ্য সফল হʼব ৷

মীন ৰাশি: সক্ৰিয়তা বৃদ্চধি পাব ৷ ব্যৱসায়ত সফল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

ABOUT THE AUTHOR

...view details