অসম

assam

ETV Bharat / bharat

মালদ্বীপ ভ্ৰমণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ

মালদ্বীপত দুদিনীয়া ভ্ৰমণ সূচীলৈ দেওবাৰে উপস্থিত হ'ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ ৷

মালদ্বীপ ভ্ৰমণলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুসমা স্বৰাজ

By

Published : Mar 17, 2019, 1:27 AM IST

নিউজ ডেস্ক, 16 মাৰ্চ: মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্দোল্লা শ্বাহীদৰ নিমন্ত্ৰন মৰ্মে দুদিনীয়া ভ্ৰমণ সূচীলৈ দেওবাৰে দেশখনত উপস্থিত হ'ব ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ ৷ স্বৰাজক এই ভ্ৰমণত বৈদেশিক সচিব আৰু অন্য উচ্চ পদস্থ বিষয়াই সংগ দিব ৷

বৈদেশিক মন্ত্ৰণালয়ে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকী আব্দোল্লা শ্বাহীদৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ৷

ABOUT THE AUTHOR

...view details