নিউজ ডেস্ক, ১৮ জুন :২ জুলাই তাৰিখে হ'বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনৰ দিন চীন-ভাৰতৰ সংঘৰ্ষৰ বাবে স্থগিত ৰখা হৈছে ।
ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, দেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে ভূমি পূজন স্থগিত ৰখা হৈছে । তেওঁলোকে পুনৰ জনোৱা অনুসৰি, ভূমি পূজনৰ নতুন তাৰিখ নিৰ্বাচন কৰা হোৱা নাই ।