অসম

assam

By

Published : Jun 10, 2020, 12:58 AM IST

ETV Bharat / bharat

৭০ লাখ টন বালি সংৰক্ষিত কৰিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এচ জগন মোহন ৰেড্ডীয়ে মঙ্গলবাৰে ৰাজ্যখনৰ জিলা উপায়ুক্ত সকলক সকলো বালিৰ সংগ্ৰহৰ ঠাই মুকলি কৰি দিয়ে । ১১ জুনৰ পৰা গাঁৱৰ সচিবালয় সমূহত বালিৰ অৰ্ডাৰ লোৱা হ'ব বুলিও ঘোষণা কৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

open-sand-reaches-store-70-lakh-tonnes-of-sand-before-onset-of-monsoon-jagan
open-sand-reaches-store-70-lakh-tonnes-of-sand-before-onset-of-monsoon-jagan

নিউজ ডেস্ক, ৯ জুন :অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এচ জগন মোহন ৰেড্ডীয়ে মঙ্গলবাৰে ৰাজ্যখনৰ জিলা উপায়ুক্ত সকলক সকলো বালিৰ সংগ্ৰহৰ ঠাই মুকলি কৰি দিয়াৰ লগতে বাৰিষাৰ পূৰ্বে ৭০ লাখ টন বালি মজুত কৰাৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

৭০ লাখ টন বালি সংৰক্ষিত কৰিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

ডিজিটেল পদ্ধতিৰে জিলা উপায়ুক্ত সকলৰ সৈতে কৰা এই সভাত ১১ জুনৰ পৰা গাঁৱৰ সচিবালয় সমূহত বালিৰ অৰ্ডাৰ লোৱা হ'ব বুলিও ঘোষণা কৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক : নগাঁৱত ১৮৩ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা

ABOUT THE AUTHOR

...view details