অসম

assam

ETV Bharat / bharat

কাশ্মীৰত সেনাৰ গুলীত নিহত হিজবুল মুজাহিদীনৰ সদস্য

জম্মু আৰু কাশ্মীৰৰ ছ'পিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত হিজবুল মুজাহিদীন কমাণ্ডাৰ মহম্মদ লটিফ ডাৰ আলিয়াছ লটিফ টাইগাৰ ৷

By

Published : May 3, 2019, 12:31 PM IST

কাশ্মীৰত সেনাৰ গুলীত নিহত হিজবুল মুজাহিদীনৰ সদস্য

নিউজ ডেস্ক,3 মেঃ সন্ত্ৰাসজৰ্জৰ জম্মু আৰু কাশ্মীৰৰ ছ'পিয়ান জিলাত পুনৰ সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদীৰ দল ৷ সংঘৰ্ষত নিহত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ মহম্মদ লটিফ ৷

জম্মু আৰু কাশ্মীৰৰ ছ'পিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছে সংঘৰ্ষ ৷ এক গোপন সূত্ৰৰ পম খেদি সন্ত্ৰাসবাদী থকাৰ সম্ভেদ পাই এই অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details