অসম

assam

By

Published : May 26, 2019, 12:51 PM IST

ETV Bharat / bharat

তেলাংগানাত গাঞ্জা জব্দ

উপ্পলৰ শুল্ক বিভাগে জব্দ কৰা গাঞ্জাখিনি প্ৰায় 14 লাখ টকা হ’ব ৷ আটক কৰা লোক দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

শুল্ক বিভাগৰ অভিযানত মাৰিৱানা জব্দ

নিউজ ডেস্ক, 26 মে’: শুল্ক বিভাগে তেলাংগানাৰ মেধকেলত 102 কে.জি গাঞ্জা জব্দ কৰে ৷ এই সংক্ৰান্তত দুজন লোকক আটক কৰা হৈছে ৷ উপ্পলৰ শুল্ক বিভাগে জব্দ কৰা গাঞ্জাখিনি প্ৰায় 14 লাখ টকা হ’ব ৷ আটক কৰা লোক দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

শুল্ক বিভাগৰ অভিযানত মাৰিৱানা জব্দ

ABOUT THE AUTHOR

...view details